এক গুচ্ছ জীৱনী। ৰাব্বি মছৰুৰ। Ek Guchcha Jivni growhills

  এক গুচ্ছ জীৱনী (  ইন্টাৰনেট সংস্কৰণ ) ৰাব্বি মছৰুৰ গ্রোহিলচ   ………………………………………………………………………………………………………………………………. পাতনি   এক গুচ্ছ জীৱনী  গ্রন্থখনত কেইজনমান অসমীয়া সাহিত্যিকৰ চমু জীৱনীৰ লগতে দেশী -বিদেশী কেইজনমান সাহিত্যিক তথা  বিজ্ঞানীৰ জীবনী সন্নিৱিষ্ট কৰা হৈছে। আশা কৰিছো পাঠক সমাজে কিতাপখন ভাল পাব।   ৰাব্বি মছৰুৰ  ………………………………………………………………………………………………………………………………. সূচীপত্র     নিধি লেভি ফাৰৱেলে লম্বোদৰ বৰাৰ যতীন্দ্ৰনাথ দুৱাৰা বাণীকান্ত কাকতি অম্বিকাগিৰী ৰায়চৌধুৰী হেমচন্দ্ৰ গোস্বামী  হেমচন্দ্ৰ বৰুৱা কৃষ্ণাকান্ত সন্দিকৈ সূৰ্যকুমাৰ ভূঞা পদ্মনাথ গোহাঞিবৰুৱা ৰজনীকান্ত বৰদলৈ সত্যনাথ বৰা ভাৰ্জিনিয়া […]

Read More