নিধি লেভি ফাৰৱেল। Nidhi Levi Farwell

নিধি লেভি ফাৰৱেল  ১৯২৬ চনৰ   ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ইংৰাজসকলে অসমৰ শাসনভাৰ নিজৰ হাতলৈ লোৱাৰ ৮ বছৰ পিছত অৰ্থাৎ ১৮৩৬ চনত অসমত খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ড০ নাথান ব্রাউনৰ নেতৃত্বত এটি খৃষ্টান মিছনেৰী দল অসমলৈ আহে। তেওঁ অসমৰ বিভিন্ন ঠাই ঘূৰি-ফুৰি ছয় বছৰৰ মূৰত এজন মাত্ৰ অসমীয়াক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিবলৈ সমৰ্থ হয়। তেওঁৰ নাম আছিল নিধিৰাম কেওট। ১৮৪১ৰ চনৰ ১৩ জুনৰ দিনা জয়পুৰত মাইলচ ব্রন্সন চাহাবে  নিধিৰাম কেওটক খ্ৰীষ্টান ধৰ্মত দীক্ষা দিয়ে। ধৰ্ম […]

Read More