অসমৰ ফল-মূল ৰচনা।ফল-মূল

অসমৰ ফল-মূল  ভাৰতৰ পূর্ব দিশৰ সূর্য উঠা দেশ অসমখন হাবি-বননি গছ-গছনি, ফল-মূল আদিত ভাৰতৰ অন্যান্য ৰাজ্যবোৰতকৈ  ঈৰ্ষাজনকভাৱে চহকী। অসমত বিভিন্ন ধৰণৰ ফল-মূল প্ৰচুৰ পৰিমাণে উৎপাদন হয়। বিশেষকৈ আম, জাম, কঁঠাল, লিচু, বগৰী, লেটুকা, নাৰিকল, তামোল, ডালিম,  আমলখি, ঔটেঙা , কমলা আদি অসমৰ পৰ্বত আৰু ভৈয়ামত যথেষ্ট পৰিমাণে পোৱা যায়।  অসমৰ প্ৰায় সকলো অঞ্চলতে আম উৎপাদন হয় যদিও অসমৰ গোৱালপাৰা, বৰেপটা, ধুবুৰী, নলবাৰী, নগাওঁ, বাক্সা, ওদালগুড়ি আদি জিলাত প্ৰচুৰ পৰিমাণে আম উৎপন্ন হয়। কিন্তু […]

Read More