ঈদ। ঈদ ৰচনা

ঈদ পৰিচয়: ঈদ হৈছে  ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ঈদ’ শব্দৰ অৰ্থ হ’ল আনন্দ। এবছৰত ঈদ দুটা, যেনে- ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহা বা ঈদোজ্জোহা। বিৱৰণ: মুছলমানসকলে আৰবী ৰমজান মাহ জুৰি ৰোজা ৰাখি মাহৰ  শেষত আকাশত ওলোৱা ন-জোন চাই তাৰ পিছ দিনা ঈদ-উল-ফিতৰ  উৎসৱ পালন কৰে। আনহাতে আৰবী জেলহজ্জ মাহৰ ১০ তাখিৰ দিনা ঈদোজ্জোহা উৎসৱ পালন কৰা হয়। ঈদৰ দিনা সকলো ইছলামধৰ্মী লোকসকলে  ৰাতিপুৱা গা-পা ধুই নতুন কােপাৰ পিন্ধে। দুখীয়াক ফিৎৰা (দান) […]

Read More