ভাৰত ভূগোল কুইজ।India Geography Quiz

ভাৰত ভূগোল কুইজ   প্রঃ ভৌগোলিক অৱস্থান  অনুসৰি ভাৰত কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ  বিস্তৃত  ? উঃ ভৌগোলিকভাবে  ভাৰত ৮.৪ ডিগ্ৰি উত্তৰ  অক্ষাংশৰ পৰা ৩৭.৬ ডিগ্ৰি উত্তৰ  অক্ষাংশলৈ বিস্তৃত। প্রঃ ভৌগোলিক অৱস্থান  অনুসৰি ভাৰত কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ  বিস্তৃত ? উঃ ভৌগোলিকভােব ভাৰত ৬৮.৭ ডিগ্ৰি পূৱ দ্ৰাঘিমা ৰেখাৰ পৰা ৯৭.২৫ পূৱ দ্ৰাঘিমাংশলৈ বিস্তৃত। প্রঃ  ভাৰতৰ ৰাজধানী ক’ত ? উঃ  নতুন দিল্লীত। প্রঃ  আমাৰ দেশখনৰ নাম কেনেদৰে ভাৰতবৰ্ষ হ’ল ? উঃ  প্ৰাচীন কালত […]

Read More