ভাৰতৰ সহিত্য কুইজ।Literature Quiz of India

ভাৰতৰ সহিত্য কুইজ    প্রঃ ভাৰতবৰ্ষত মুঠ কেইটা ভাষা  আছে ? উঃ ১,৬৩৫ টা। প্রঃ ভাৰতৰ চৰকাৰী ভাষা কি ? উঃ হিন্দী। প্রঃ কেতিয়া সংস্কৃত ভাষাৰ উদ্ভৱ হয় ? উঃ আনুমানিক ৩০০০ খ্ৰীষ্টপূৰ্বত। প্রঃ ভাৰতীয় ভাষাবোৰ  কোন ভাষা গোষ্ঠীৰ অন্তর্ভুক্ত ? উঃ ইণ্ডো-এৰিয়ান আৰু দ্ৰাবিড়িয়ান ভাষা গোষ্টীৰ অন্তৰ্ভূক্ত ? প্রঃ অন্ধ্ৰপ্রদেশৰ ৰাজ্যিক ভাষা কি ? উঃ তেলেগু, উৰ্দু। প্রঃ ছত্তিশগড়ৰ ৰাজ্যিক ভাষা কি ? উঃ হিন্দী। প্রঃ গোৱাৰ ৰাজ্যিক ভাষা কি ? উঃ কঙ্কনী আৰু মাৰাঠী। প্রঃ অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ? উঃ ভট্টদেৱ। প্রঃ ভট্টদেৱৰ দ্বাৰা […]

Read More