মোৰ কৰ্তব্য। মোৰ অধ্যয়ন

মোৰ কৰ্তব্য। মোৰ অধ্যয়ন মই এজন ছাত্ৰ আৰু অধ্যয়নেই হৈছে মোৰ একমাত্ৰ কৰ্তব্য। মই কিতাপ পঢ়ো  যাতে মই অধিক তথ্য আৰু জ্ঞান আহৰণ কৰি দেশৰ এজন সু-নাগৰিক হ’ব পাৰো।  যদিও অধ্যয়ন মোৰ প্ৰধান কৰ্তব্য তথাপি মই অকল অধ্যয়নতেই মোৰ সকলো সময় আৰু শক্তি খৰচ নকৰো। মই মোৰ এজন শ্ৰদ্ধেয় শিক্ষকৰ পৰামৰ্শ অনুসৰি  অধ্যয়নৰ এটি সময়সূচী প্ৰস্তুত কৰি লৈছো আৰু সেইটো মই বৰ কঠোৰভাবে  মানি চলো। মই বিদ্যালয়লৈ যোৱা  দিনবোৰত  ৰাতিপুৱা নিয়মিত তিনি ঘন্টাকৈ পাঠ্যপুথি […]

Read More