অসমৰ প্রাকৃতিক  সৌন্দৰ্য ৰচনা । প্রাকৃতিক  সৌন্দৰ্য ৰচনা 

অসমৰ প্রাকৃতিক  সৌন্দৰ্য ৰচনা  আৰম্ভণি: উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগৰাজ্য অসমখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে ভূষিত কৰি ৰাখিছে।  পাহাৰ-পৰ্বতৰ সৌন্দৰ্য: অসমৰ উত্তৰে সৌন্দৰ্যৰ ৰূপ-মাধুৰী পৰিহিতা হিমগিৰি হিমালয় পৰ্বতশ্ৰেণী। ইয়াত  সৰু-বৰ সকলো পাহাৰত সৌন্দৰ্য সিচঁৰতি হৈ আছে। ৰাতিপুৱাৰ কোমল ৰ’দ পাহাৰ- পৰ্বতৰ ওপৰত পৰি এক স্বৰ্গীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। শীতকালত বৰফে ঢকা পাহাৰ-পৰ্বত যেন বগা চাদেৰে […]

Read More