হাঁহিৰ খোৰাক  কৌতুক। Assamese Comics

হাঁহিৰ খোৰাক কৌতুক       সংকলন আৰু সম্পাদনা ৰাব্বি  মছৰুৰ         গ্ৰুহিলচ  কমলপুৰ, বৰেপটা (অসম) Hanhir Khurak Kautok (A Collection of Comics) compiled and edited by Rabbi Masrur, Published by Growhills Publishing, Kamalpur, Barpeta (Assam).   First Edition: 2019     Published By Growhills Publishing www.growhillsnet.com emails:growhillsngo@gmail.com; growhills@growhillsnet.com    All Rights Reserved   Price Rs.  …………. /-   কৌতুক হৈছে হাঁহি উঠা কথা। কৌতুকে হাঁহি আৰু  আনন্দৰ  খোৰাক  […]

Read More

মহাকাশ অভিযান কুইজ । মহাকাশ কুইজ। Space Exploration Quiz

মহাকাশ অভিযান   প্রঃ মহাকাশৰ প্ৰথম পৰীক্ষাগাৰৰ নাম কি ? উঃ স্কাইলেব-১। প্রঃ কোন চনত পোন প্ৰথমবাৰৰ বাবে  মানুহে মহাকাশত খোজ দিছিল ? উঃ ১৯৬১ চনত। প্রঃ ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোন চনত কক্ষপথত স্থাপন কৰা হৈছিল ? উঃ ১৯ এপ্ৰিল, ১৯৭৫ চন। প্রঃ ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল ? উঃ ৩ এপ্ৰিল, ১৯৮৪ চন। প্রঃ মহাকাশযানৰ প্ৰথম মহিলা পাইলট কোন আছিল ? উঃ আইলীন কলিনছ (আমেৰিকা যুক্তৰাষ্ট্ৰ)। […]

Read More

শিয়াল

আল নোপোৱা  সূতাৰ আঁহৰ দৰে  একা- বেঁকা  পথটোৰে আগবাঢ়ি আহি আছে এজাক শিয়াল ভয়ত এস্তমান দুপৰীয়াৰ নক্ষত্ৰ নিস্তব্ধতাত ভাঙি পৰিছে কুঁৱলীৰ কোলাহল। শিয়াল দুটি বৈদেশিকভাবে  স্বদেশী  সিহঁতে হোঁৱা নিদিয়ে গাহৰিৰ দৰে ‘গো’ ‘গো’ শব্দ সিহঁতৰ সহজাত সম্পদ । নতুন পৃথিৱীৰ শেহতীয়া মডেলৰ কোট  আৰু বাদামী ৰং সনা নোম সিহঁতৰ সিহঁতৰ মুখত কিছুমান অত্যাধুনিক ফুচফুচনি বালডাক, নিপ্পোন কোম্পানীৰ চচমা নাকত পিন্ধিছে। সিহঁতৰ  চকু চাৰিটা মৰাশ সিহঁতে নাখায় সিহঁত নৰৰক্ত পিপাসু সিংহৰ হেনো বংশধৰ […]

Read More

পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)। ৰাব্বি মছৰুৰ

     পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন) (ইন্টাৰনেট সংস্কৰণ) ৰাব্বি  মছৰুৰ        গ্ৰুহিলচ্ পাব্লিশিং    কমলপুৰ, বৰেপটা (অসম)    Prithibir Aaru Mour: A collection of Assamese poems composed by Rabbi Masrur and Published by Growhills Publishing.  Kamalpur, Barpeta, Assam (India). First edition 2018.     প্ৰকাশকঃ গ্ৰুহিলচ্ পাব্লিশিং, কমলপুৰ, বৰপেটা  (অসম) Email: growhillsngo@gmail.com Website:  growhillsnet.com Mobile: 9101249321   সৰ্ব্বস্বত্ব প্ৰকাশকৰ দ্বাৰা সংৰক্ষিত    আগলিপাত পবৰ্বতৰ খলা-বমা গচকি গচকি কঠিন শিলৰ কৰ্কশ বাধা-বিঘিনীকো […]

Read More