বিশ্বব্রহ্মাণ্ড কুইজ। মহাকাশ বিজ্ঞান কুইজ।Universe Quiz । Astronomy quiz

  বিশ্বব্রহ্মাণ্ড   প্রঃ ‘বিজ্ঞান’ বুলিলে কি বুজা ? উঃ ‘বিজ্ঞান’ বুলিলে কোনো এক বিষয়, বস্তু বা ঘটনাৰ অন্তৰালত নিহিত থকা নীতি, সূত্ৰ বা কাৰ্য প্ৰণালীৰ  ওপৰত প্ৰণালীবদ্ধ পৰ্যেবক্ষণ, পৰীক্ষা নিৰীক্ষা আদিৰ জৰিয়তে লাভ কৰা বিশেষ জ্ঞানক বুজায়।  প্রঃ সৌৰজগত মানে কি ? উঃ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ, উপগ্ৰহ আৰু  জোতিষ্কবোৰক একেলগে সৌৰ জগত বোলে । প্রঃ নক্ষত্ৰ কি ? উঃ মহাকাশত নিজা তাপ আৰু পোহৰ থকা জ্যোতিষ্কক  […]

Read More