ভাৰতৰ ক্ৰীড়া কুইজ। Indian Sports Quiz

ভাৰতৰ ক্ৰীড়া কুইজ    প্রঃ ভাৰতীয় ফুটবল ফেডাৰেচন কেতিয়া প্রতিষ্ঠা কৰা  হৈছিল ? উঃ ১৯৩৭ চনত।  প্রঃ কোনগৰাকী ভাৰতীয় এথলিটক ‘সোণৰ ছোৱালী’ বুলি জনা যায় ? উঃ পি টি ঊষা। প্রঃ বিশ্ব অপেচাদাৰী বিলিয়াৰ্ড খিতাপ অৰ্জন কৰা প্রথমগৰাকী ভাৰতীয় কোন ? উঃ উইলচন জনচ। প্রঃ ১৯৮৯ চনত সুনীত লাহা কোনবিধ খেলত সৰ্বপ্রথম ভাৰতীয় বিশ্ব চেম্পিয়ন হৈছিল ? উঃ ভাৰ উত্তোলন । প্রঃ ভাৰতৰ কোনজন বিখ্যাত হকী খেলুৱৈৰ উপনাম ‘হকীৰ যাদুকৰ’ ? উঃ ধ্যানচান্। প্রঃ  ‘গ্ৰেণ্ডমাষ্টাৰ’   উপাধি পোৱা  ভাৰতৰ  প্রথম  দবা […]

Read More