টেলিভিচন। টেলিভিচন ৰচনা

টেলিভিচন টেলিভিচন হৈছে বিজ্ঞানৰ এক আধুনিক আবিষ্কাৰ। ‘টেলিভিচন’  ইংৰাজী শব্দ। ‘টেলি’ শব্দই ‘দূৰ’ আৰু ‘ভিচন’ শব্দই ‘দেখা বা দৰ্শন কাৰ্য’ক বুজায়। অৰ্থাৎ টেলিভিচন হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে জড়িত কাৰ্য বা ঘটনাৰ  লগতে মাত-কথাও শুনিব পাৰি। টেলিভিচন শব্দৰ অসমীয়া প্ৰতিশব্দ হ’ল ‘দূৰদৰ্শন’। জন বেয়াৰ্ড নামৰ এজন ইংৰাজ  বৈজ্ঞানিকে ১৯২৫ চনত টেলিভিচন আবিষ্কাৰ কৰে। টেলিভিচনৰ কাৰ্যৰ আধাৰ হ’ল বিদ্যুৎ আৰু  ইয়াৰ ক্ৰিয়া। টেলিভিচনত দেখা […]

Read More