জৰ্জ হাৰ্বাৰ্ট। George Herbert

  জৰ্জ হাৰ্বাৰ্ট  জৰ্জ হাৰ্বাৰ্ট (George Herbert) আছিল সোঁতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি (Devotional Poet)। ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ভক্তিবাদী কবি হিচাপে এইজন কবিয়ে শ্ৰেষ্টতৰ আসনত প্রতিষ্ঠিত যদিও তেওঁ নিজৰ জীৱন কালত এটি কবিতাও প্ৰকাশ নকৰি কবি হিচাপে  তেওঁ নিজকে জাহিৰ কৰাৰ পৰা বিৰত ৰাখিছিল। অৰ্থাৎ গোটেই জীৱন তেওঁ আছিল এজন ‘গুপুত কবি’ (Private Poet)। এই মহান কবিজনৰ জন্ম হয় এটি প্ৰখ্যাত ইংৰাজ পৰিয়ালত ১৫৯৩ খৃীষ্টাব্দৰ ৩ এপ্ৰিলত। পিতৃ-মাতৃৰ তেওঁ আছিল […]

Read More