ভাৰতৰ মহিলা মুখ্যমন্ত্ৰীসকল। Female Chief Ministers of India

ভাৰতৰ মহিলা মুখ্যমন্ত্ৰীসকল   নাম …………………. ৰাজ্যৰ  নাম ……….. কাৰ্যকাল          সুচেতা কৃপালিনী ……….. উত্তৰ প্ৰদেশ ……….. ১৯৬৩-১৯৬৭। নন্দিনী সতপথি ……….. উৰিষ্যা ……….. ১৯৭২-১৯৭৪। শশীকলা কাডকৰ ……….. গোৱা ……….. ১৯৭৪-১৯৭৬। আনোৱাৰা টাইমুৰ ……….. অসম ……….. ১৯৮০-১৯৮১। জানকী ৰামচন্দ্ৰন ……….. তামিলনাডু ……….. ১৯৮৮। জয়ললিতা ………..  তামিলনাডু ……….. ১৯৯১-১৯৯৬। মায়াৱতী ……….. উত্তৰ প্ৰদেশ ……….. ১৯৯৫, ১৯৯৭, ………. ২০০৭-২০১২। ৰাজিন্দৰ কৌৰ ভট্টাল ……….. পঞ্জাৱ ……….. ১৯৯৬-১৯৯৭। ৰাবৰি দেৱী ……….. বিহাৰ ……….. ১৯৯৭-১৯৯৯,  ……….. ১৯৯৯-২০০০। সুষমা স্বৰাজ ……….. দিল্লী ……….. ১৯৯৮। শীলা দীক্ষিত ……….. দিল্লী ……….. ১৯৯৮-  মমতা বেনাৰ্জী ……….. পশ্চিম বংগ ……….. ২০১১-  উমা ভাৰতী ……….. মধ্য প্ৰদেশ ……….. ২০০৩-২০০৪। বসুন্ধৰা ৰাজে ……….. ৰাজস্থান ……….. ২০০৩-২০০৮। 0 0 0

Read More